Download Now Banner

This browser does not support the video element.

মৰাণ: খাদ্য বিষক্ৰিয়া বাবে খোৱাং PHEত চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ স্বাস্থ্য বুজ ল'লে জিলা উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষয়ে

Moran, Dibrugarh | Aug 25, 2025
খোৱাং সমষ্টিৰ ২নং দিখাৰি নামঘৰত ভাদ মহীয়া নাম প্ৰসংগ অনুষ্ঠানৰ মাহ প্ৰসাদ খাই  বহু লোক অসুস্থ হোৱাত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হ'ব লগা হৈছে। ইয়াৰ পাছতে আজি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা সকলৰ স্বাস্থ্য বুজ ল'লে ডিব্ৰুগড়ৰ উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ অসীম হাজৰিকাই
Read More News
T & CPrivacy PolicyContact Us