Download Now Banner

This browser does not support the video element.

সোণাৰি: কানু চাহ বাগিছাত জিলা স্বাস্থ্য বিভাগৰ বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন, উপস্থিত থাকে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক

Sonari, Charaideo | Sep 10, 2025
আজি চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত চৰাইদেউ জিলা চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিভাগৰ সহযোগত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন কৰা হয়। আত্মহত্যাৰ দৰে ব্যাধি ৰোধ কৰিবৰ বাবে এই বিষয়ে মুকলি আলোচনা কৰাৰ প্ৰয়োজন। বিশেষকৈ আত্মহত্যাৰ প্ৰৱণতাৰ লক্ষণসমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। আজিৰ সভাখন সভাপতিত্ব কৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জ্যোতিৰ্ময় শৰ্মা বৰুৱাই। তেখেতে ভাষণ প্ৰসংগত কয় যে মানসিক স্বাস্থ্যৰ যতন লোৱাটো অত্যন্ত প্ৰয়োজনীয়।
Read More News
T & CPrivacy PolicyContact Us