Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: আঢ়ৈশ বছৰৰো অধিক পুৰণি ঐতিহাসিক বকুলৰ দুৰ্গাপূজাত অষ্টমী দিনটোত বিভিন্ন ৰাজ্য পৰা অহা ভক্তৰ লানি নিচিগা ভিৰ

Dibrugarh East, Dibrugarh | Sep 30, 2025
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল ঐতিহাসিক বকুল দুৰ্গাপূজাও এইবাৰ বৈদিক পৰম্পৰাৰে অনুষ্ঠিত কৰা হৈছে।প্ৰবাদ অনুসৰি আঢ়ৈশ বছৰৰো অধিক পূৰণি এই পূজাভাগি কৰ্মকাজ সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে কৰা হয়। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা শ শ ভক্তই মা- দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ ভিৰ কৰিলে পূজা মণ্ডপত
Read More News
T & CPrivacy PolicyContact Us