Download Now Banner

This browser does not support the video element.

বোকাখাত: ʼকাʼ বাতিলৰ দাবীত বোকাখাতত কৃষক মুক্তি,ছাত্ৰ মুক্তিৰ তীব্ৰ প্ৰতিবাদ, প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

Bokakhat, Golaghat | Sep 6, 2025
কা' আইন বাতিলৰ দাবীত শনিবাৰে দিনৰ প্ৰায় ৩ বজাত বোকাখাতত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। জাতিধ্বংসী কা' আইন বাতিলৰ লগতে ইমিগ্ৰেচন আৰু বিদেশী আদেশ ২০২৫ অধিসূচনাৰ জৰিয়তে ২০২৪ চনৰ ৩১ ডিচেম্বৰ লৈকে বিদেশীৰ নাগৰিকত্ব দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বোকাখাত মহকুমা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ।
Read More News
T & CPrivacy PolicyContact Us