Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বৃহস্পতিবাৰে মাজ নিশা দলৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত UPPL দলে BTC নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষনা

Kokrajhar Part, Kokrajhar | Aug 21, 2025
বৃহস্পতিবাৰে মাজ নিশা ১২ বজাত UPPL দলে BTC নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। কোকৰাঝাৰ চহৰৰ UPPL কেন্দ্ৰীয় কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি দলৰ কাৰ্যকৰী সভাপতি ৰৌনগৌৰা নাৰ্জাৰীই ঘোষণা কৰে। প্ৰথম পৰ্যায়ত আজি মুঠ ১৮ গৰাকী প্ৰাৰ্থীৰ নামক ঘোষনা কৰে।
Read More News
T & CPrivacy PolicyContact Us