This browser does not support the video element.
টিহু ভাগ: হাৰিভাংগাত অৰুণোদয় আচনিৰ শুভাৰম্ভ অনুষ্ঠান
Tihu Part, Nalbari | Oct 7, 2025
সমগ্ৰ ৰাজ্যৰ লগতে টিহুটো আজি চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় ৩.০ মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।এই উদ্দেশ্যে টিহুৰ হাৰিভাংগাত আঁচনি মুকলি সভাত মন্ত্ৰী গৰাকীৰ লগতে নলবাৰী জিলা আয়ুক্ত নিবেদন পাটোৱাৰী অংশ লয়।নলবাৰী জিলাখনৰ ভিতৰত ৮৪ হাজাৰোধিক প্ৰদান কৰা বুলি জিলা আয়ুক্ত গৰাকীয়ে উল্লেখ কৰি টিহু সমষ্টিৰ ভিতৰত ২৮ হাজাৰ ১০০ এগৰাকী অৰুণোদয় হিতাধিকাৰীক প্ৰদান কৰা বুলি জনায়।