This browser does not support the video element.
সোণাৰি: সাংসদ গৌৰৱ গগৈৰ SIT প্ৰতিবেদন সন্দৰ্ভত সোণাৰিত কেবিনেট মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া
Sonari, Charaideo | Sep 12, 2025
সোণাৰিত সাংসদ গৌৰৱ গগৈৰ SIT প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ। কেবিনেট মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ SIT প্ৰতিবেদন সন্দৰ্ভত। গৌৰৱ গগৈৰ পাকিস্তান সংযোগ প্ৰসংগক লৈ ৰাজ্য চৰকাৰে এছ আই টিৰ জৰিয়তে তদন্ত কৰিছিল আৰু সেই তদন্ত প্ৰতিবেদন যোৱা ১০ ছেপ্টেম্বৰত দাখিল কৰা হৈছে । এই সন্দৰ্ভত আজি সোণাৰিত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ পৰিবহন, পাৰ্বত্য অঞ্চল উন্নয়ন, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস বিভাগৰ মন্ত্ৰী যোগেন মহনে। তেওঁ কয় যে এই বিষয়