This browser does not support the video element.
লংকা: কাকীত হোজাই জিলা ছাত্ৰ সন্হাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰী এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে
Lanka, Hojai | Sep 8, 2025
আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী। কাকীত আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভূপেন হাজৰিকাৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজ্বলন, মাল্যঅৰ্পন কৰা হয় লগতে ড° ভূপেন হাজৰিকা শিল্পী গৰাকীক সন্মান জনাই ডেৰশৰো অধিক মহিলা আৰু শিক্ষাৰ্থীক লৈ মানুহে মানুহৰ বাবে গীতটি পৰিবেশন কৰা হয়। লগতে উক্ত অনুষ্ঠানত কবিতা আবৃত্তি ও অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত সহযোগীতা কৰে অসম আবৃত্তি পৰিষদ আৰু সাংস্কৃতিক পৰিষদৰ লগতে হোজাই আৰু কাকী শাখা সাহিত্য সভাই।