Download Now Banner

This browser does not support the video element.

পলাশবাৰী: ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়নাৰ্থে ধন মুকলি,পলাশবাৰীত মন্তব্য বিধায়ক হেমাংগ ঠাকুৰীয়াৰ

Palasbari, Kamrup | Aug 26, 2025
পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়নাৰ্থে শিক্ষা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে ধন মুকলি। মঙলবাৰে পলাশবাৰীত মন্তব্য বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। কিছুদিনৰ ভিতৰতে নতুন বিদ্যালয় গৃহ নিৰ্মাণৰ কাম আৰম্ভ হ'ব।
Read More News
T & CPrivacy PolicyContact Us