Download Now Banner

This browser does not support the video element.

গুৱাহাটী: কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত ৰাজ‍্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য,জুবিনৰ পত্নী আৰু পিতৃৰ সৈতে কথা-বতৰা ৰাজ্যপাল গৰাকী

Guwahati, Kamrup Metropolitan | Sep 24, 2025
বুধবাৰে কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত ৰাজ‍্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পন ৰাজ্যপালগৰাকীৰ। জুবিনৰ পত্নী আৰু পিতৃৰ সৈতে কথা-বতৰা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ।শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা ৰাজ্যপালগৰাকীৰ।
Read More News
T & CPrivacy PolicyContact Us