This browser does not support the video element.
কোকৰাঝাৰ ভাগ: চহৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ আৰ্ছাদ মাদানীৰ মুখ্যমন্ত্ৰী বিৰূদ্ধে মন্তব্যকলৈ প্ৰতিকী জুমুঠি দাহেৰে প্ৰতিবাদ
Kokrajhar Part, Kokrajhar | Aug 24, 2025
কোকৰাঝাৰ চহৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ আৰ্ছাদ মাদানীৰ প্ৰতিকী জুমুঠি দাহেৰে প্ৰতিবাদ। জমিয়ত-উলেমা-ই-হিন্দৰ সভাপতি আৰ্ছাদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্বে কৰা বিতৰ্কিত মন্তব্যক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম নাথ -যোগী ছাত্ৰ সন্থা৷ বিশেষকৈ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পদত্যাগ কৰিব লাগে বুলি দিয়া মন্তব্যৰ বিৰুদ্বে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই প্ৰতিমূৰ্তি দাহ কৰে