Download Now Banner

This browser does not support the video element.

মৰাণ: মৰাণত বিদ্যুৎ বিভাগৰ আজৰ কাণ্ড, ভুৱা বিল প্ৰদান কৰি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাক লৈ ক্ষোভ ভুক্তভোগীৰ

Moran, Dibrugarh | Sep 10, 2025
মৰাণত বিদ্যুৎ বিভাগৰ আজৰ কাণ্ড, ভুৱা বিল প্ৰদান কৰি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাক লৈ ক্ষোভ ভুক্তভোগীৰ। এই ঘটনা সংঘটিত হৈছে মৰাণৰ খটখটি খেলমাটি গাঁৱত। গাঁও খনৰ  ব্যক্তি জনক আন এজন ব্যক্তিৰ নামৰ এখন বিদ্যুতৰ বিল প্ৰদান কৰি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। ভুক্তভোগী ব্যক্তিজনে নিয়মিত বিল প্ৰদান কৰাৰ পাছতো এই ঘটনা সংঘটিত হোৱা বিদ্যুৎ বিভাগক অভিযোগ দিয়ো সমাধান লাভ নকৰাত ক্ষোভিত হৈ পৰিছে । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জড়িয়তে দাবী‌ ভুক্তভোগী
Read More News
T & CPrivacy PolicyContact Us