Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰত সদৌ অসম আমোলা সন্থাৰ ৯৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস,দায়িত্বভাৰ গ্ৰহণ নৱ নিৰ্বাচিত বিষয়ববীয়াৰ

Nalbari, Nalbari | Sep 4, 2025
আজি নলবাৰীত সদৌ অসম আমোলা সন্থাৰ ৯৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।দায়িত্বভাৰ গ্ৰহণ নৱ-নিৰ্বাচিত বিষয়ববীয়াৰ।নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে সন্থাৰ প্ৰাক্তন তথা নৱ-নিৰ্বাচিত বিষয়ববীয়াসকলৰ লগতে সন্থাৰ শতাধিক সদস্য৷ সভাত মূলতঃ সাংগঠনিক বিষয় সমূহৰ লগতে অষ্টম দৰ্মহা আয়োগ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো দাবী উত্থাপন হয়। ইফালে চৰকাৰী কৰ্মচাৰী সকলে সময়মতেই কাৰ্যালয়ত উপস্থিত হোৱাৰ ক্ষেত্ৰতো বিশেষ আহ্বান জনাই সন্থাৰ বিষয়ববীয়াসকলে।
Read More News
T & CPrivacy PolicyContact Us