Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: পাব্লিক একাউণ্টছ কমিটি"(অসম)ৰ সমূহ বিষয়ববীয়াৰ সৈতে বিশ্বনাথ জিলা আয়ুক কাৰ্যালয়ত জৰুৰী বৈঠক সম্পন্ন,উপস্থিত বিধায়কৰ

Biswanath, Biswanath | Aug 2, 2025
অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতি অসম বিধানসভাই বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক আঁচনি ৰূপায়ণৰ পৰ্যালোচনাৰ বাবে আনুষ্ঠানিকভাৱে বিশ্বনাথ জিলা ভ্ৰমণ কৰে বিভিন্ন সমষ্টিৰ বিধায়ক সকল। এই ভ্ৰমণৰ অংশ হিচাপে সমিতিখনে নিৰ্বাচিত প্ৰকল্প স্থানসমূহৰ ক্ষেত্ৰ পৰিদৰ্শন গ্ৰহণ কৰে আৰু লগতে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ মুৰব্বী সকলৰ সৈতে সন্মিলন কক্ষত এখন বৈঠক হয়। এই বৈঠকত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী বিধায়ক দিগন্ত ঘাটোৱাল আদি উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us