Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: গুৱাহাটীত নলাত পৰি শিশুৰ মৃত্যুৰে জড়িত নলা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ৩ শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ,গুৱাহাটীত মন্তব্য আৰক্ষীৰ
Guwahati, Kamrup Metropolitan | Sep 5, 2025
গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ উন্মুক্ত নলাত পৰি শিশুৰ মৃত্যুৰ ঘটনা। নলা নিৰ্মাণকাৰী প্ৰতিষ্ঠান BIPLৰ ৩ শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত গুৱাহাটীত আৰক্ষীৰ মন্তব্য। সঞ্চালক অবিনাশ ভাটিয়া, চেফটি ইঞ্জিনিয়াৰ কৌশিক গগৈ, ডেপুটি প্ৰজেক্ট মেনেজাৰ প্ৰসন্নজিৎ পাঠকক গ্ৰেপ্তাৰ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!