Download Now Banner

This browser does not support the video element.

হেলেম: গহপুৰৰ দক্ষিণ কলাবাৰীত অসম সাহিত্য সভাৰ জনগোষ্ঠীয় সমন্বয় সন্মিলন সম্পন্ন

Helem, Biswanath | Sep 12, 2025
অসম সাহিত্য সভাই বিশ্বনাথ জিলাৰ গহপুৰৰ পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা জনগোষ্ঠীয় সমন্বয় সন্মিলনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ উপস্থিতিত অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্রীবন্ধন উপসমিতিৰ উদ্যোগত বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত আৰু খাৰৈপৰীয়া স্বৰ্ণ সাহিত্য সমাজৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে জনগোষ্ঠীয় সমন্বয় সম্মিলনৰ দ্বিতীয় দিনা অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় ।
Read More News
T & CPrivacy PolicyContact Us