Download Now Banner

This browser does not support the video element.

বাক্সা: কালপানী বজাৰত চুৰি কাণ্ড

Baska, Baksa | Sep 26, 2025
কালপানী বজাৰত চুৰি কাণ্ড। আনোৱাৰ হুচেইনৰ দোকানত নগদ ধনৰ লগতে বিভিন্ন সামগ্ৰী লুটপাট। যোৱাকালী ৰাতি দুকান বন্ধ কৰি ঘৰত যোৱাৰ পিছতেই আজি দোকান খুলি চাই দোকানত চুৰি কাণ্ড সংঘটিত হৈছে । দোকানিয়ে জানিবলৈ দিয়া মতে দোকানৰ সা-সামগ্ৰী লৈ ৬ ৰ পৰা ৭ হাজাৰ টকাৰ বস্ত চোৰে লুট কৰি লৈ যায় ।
Read More News
T & CPrivacy PolicyContact Us