Download Now Banner

This browser does not support the video element.

হাজো: গ'ল ৰক্ষক নোলোৱা ফুটবল দলত পৰিণত কংগ্ৰেছ, বিজেপিয়ে যিমান মন যায় সিমানেই গ'ল দিয়ে আছে,হাজোত মন্তব্য বিধায়িকা সুমন হৰিপ

Hajo, Kamrup | Sep 7, 2025
গ'ল ৰক্ষক নোলোৱা ফুটবল দলত পৰিণত কংগ্ৰেছ। বিজেপিয়ে যিমান মন যায় সিমানেই গল দিয়ে আছে । দেওবাৰে হাজোত উপস্থিত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। কংগ্ৰেছ দলক তীব্ৰ বাক্যবানেৰে সমালোচনা বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। BTRৰ নিৰ্বাচনক লৈয়ো প্ৰতিক্ৰিয়া বিধায়িকা গৰাকীৰ। BTRত এইবাৰ হৈছে মূল্যবোধৰ ৰাজনীতি। কোনেও কাকো বোকা ছাটিউৱা ৰাজনীতি কৰা নাই।
Read More News
T & CPrivacy PolicyContact Us