Download Now Banner

This browser does not support the video element.

নলবাৰী: নলবাৰীৰ ঘগ্রাপাৰত স্বদেশী জাগৰণ মঞ্চ নলবাৰী উদ্যোগত উদ্যমিতা উৎসাহন কাৰ্য্যক্ৰম

Nalbari, Nalbari | Sep 13, 2025
নলবাৰী জিলাত নতুনকৈ গঠিত হোৱা স্বদেশী জাগৰণ মঞ্চ নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি ঘগ্রাপাৰত উদ্যমিতা উৎসাহন কাৰ্য্যক্ৰমৰ এক সভা অনুষ্ঠিত কৰা হয়। পিএমশ্রী ঘগ্রাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয় চুটিৰ পিছত উক্ত সভাখন অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ঘগ্রাপাৰৰ যুৱ ব্যৱসায়ী ভ্রমৰ মজুমদাৰক উদ্যমিতা ব্যক্তি হিচাপে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।সম্বৰ্দ্ধনা গ্রহণ কৰি যুৱ ব্যৱসায়ী ভ্রমৰ মজুমদাৰে ছাত্র ছাত্রীৰ উদ্দেশি উদ্যমিতা উৎসাহন ওপৰত বিশদ ভাষণ ৰাখে।
Read More News
T & CPrivacy PolicyContact Us