This browser does not support the video element.
ধেমাজি: জোনাই আৱকাৰী বিভাগৰ অভিযান
চিমেন চাপৰি অঞ্চলৰ বিভিন্ন ঠাইত অভিযান চলায় জব্দ অবৈধ অৰুণাচলী সুৰা
Dhemaji, Dhemaji | Sep 20, 2025
জোনাই আৱকাৰী বিভাগৰ অভিযান। চিমেন চাপৰি অঞ্চলৰ বিভিন্ন ঠাইত অভিযান চলায় জব্দ প্ৰায় তিনি লক্ষ্যাধিক টকাৰ অবৈধ অৰুণাচলী সুৰা। এজনক আটক।জোনাইৰ চিমেন চাপৰি অঞ্চলৰ বিভিন্ন ঠাইত শনিবাৰে পুৱা প্ৰায় 7 মান বজাত আবকাৰী বিভাগে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। আৱকাৰী বিভাগৰ গুৱাহাটীৰ পৰা অহা চোৰাংচোৱা বিভাগৰ এটা দল আৰু জোনাই সমজিলা অৱকাৰী বিভাগৰ য