This browser does not support the video element.
গোলাঘাট: চহৰত এপিডিচিএল কাৰ্যালয়ত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ, গোলাঘাটত প্ৰতিক্ৰিয়া আটাছুকে ধৰি কেইবাটাও দল-সংগঠনৰ
Golaghat, Golaghat | Aug 27, 2025
গোলাঘাটৰ APDCL কাৰ্যালয়ত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ। বুধবাৰে দিনৰ প্ৰায় ২ মান বজাত গোলাঘাটত প্ৰতিক্ৰিয়া আটাছুকে ধৰি কেইবাটাও দল-সংগঠনৰ। উল্লেখ্য যে, সময়মতে কাৰ্যালয়ত উপস্থিত নথকাৰ বাতৰি পৰিৱেশনৰ পিছতেই সাংবাদিকৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গোলাঘাটৰ উপ-সংমণ্ডল বিষয়াগৰাকীয়ে। ইয়াৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে গোলাঘাটৰ বিভিন্ন দল-সংগঠন। সংগঠনৰ প্ৰতিনিধিৰ প্ৰতিক্ৰিয়া বিষয়াগৰাকীৰ ব্যক্তিগত বাসভৱনত সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰক তাত কবলগীয়া নাথাকিব।