Download Now Banner

This browser does not support the video element.

নাওবৈচা: ৰাণাবাৰী গাঁৱত অৰুণোদয় আঁচনি পৰা বঞ্চিত শতাধিক মহিলাই পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ

Naobaicha, Lakhimpur | Sep 9, 2025
লখিমপুৰ জিলাৰ দলহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাণাবাৰী গাঁৱত মঙ্গলবাৰে শতাধিক মহিলাৰ উত্তাল প্ৰতিবাদ । অৰুণোদয় আঁচনি বঞ্চিত মহিলাই পথ অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । শীৰ্ঘে এই সকল অৰুনোদয় আচনীৰ পৰা বঞ্চিত মহিলাই আচনী খনত অন্তৰ্ভুক্ত কৰিবলৈ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ।
Read More News
T & CPrivacy PolicyContact Us