Download Now Banner

This browser does not support the video element.

নলবাৰী: বানেকুছিস্থিত পিএমশ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৰাজ্যিক কলা উৎসৱ

Nalbari, Nalbari | Aug 29, 2025
নলবাৰীৰ বানেকুছিত থকা পিএমশ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয়ত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাজ্যিক কলা উৎসৱ।সমগ্ৰ শ্বিলং খণ্ডৰ ৩১ খন নৱোদয় বিদ্যালয়ৰ মুঠ ১৩৫ জন ছাত্ৰ-ছাত্ৰীয়ে ১৩ টা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।উল্লেখ্য যে এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগি সকলে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব।পিএমশ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ মিন্টু চক্ৰৱৰ্তীয়ে আদৰণি ভাষণ আগবঢ়াই
Read More News
T & CPrivacy PolicyContact Us