Download Now Banner

This browser does not support the video element.

ছয়গাঁও: ছয়গাঁও চণ্ডিকা দেৱালয়ত অনুষ্ঠিত হেৰভঙা উৎসৱ চাবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ।

Chhaygaon, Kamrup | Oct 1, 2025
অসমৰ ঐতিহাসিক ছয়গাঁৱৰ শ্ৰী শ্ৰী মা চণ্ডিকা দেৱালয়ত অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ হেৰভঙা উৎসৱ এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই হেৰভঙা উৎসৱ চাবলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহৰ সমাবেশ ঘটে।
Read More News
T & CPrivacy PolicyContact Us