Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: ভিৰগাঁৱত বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বি-ডিভিজনৰ ফুটবল লীগ প্ৰতিযোগিতা অনুষ্ঠিত, উপস্থিত বিধায়ক প্ৰমোদ বৰঠাকুৰ

Biswanath, Biswanath | Aug 10, 2025
বিশ্বনাথৰ ভিৰগাঁওৰ ৰূপালী যুৱ সংঘ খেল ময়দানত বিশ্বনাথ জিলা ক্ৰিয়া সন্থাৰ উদ্যোগত বি- ডিভিজন ফুটবল লীগ প্ৰতিযোগীতা আয়োজনৰ আজি চূড়ান্ত খেল অনুষ্ঠিত কৰা হৈছে। এই চূড়ান্ত ফুটবল খেল প্ৰতিযোগীতাত মহালক্ষ্মী আদিলোৰ ৰহমান এফ-চি বনাম আৰু বৰগাং টি ষ্টেট বনামৰ মাজত খেল আৰম্ভ হয়। ইতিমধ্যে খেল আৰম্ভ হোৱা পুৰ্বে মুখ্য অতিথি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ খেলৰ শুভাৰম্ভ কৰে।
Read More News
T & CPrivacy PolicyContact Us