Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ওৰাং আৰক্ষী বৃহৎ সফলতা,৩জন আন্তঃৰাজ্যিক দুৰ্ধষ ডকাইতক গ্ৰেপ্তাৰ,১লাখ,৪৪হাজৰ ৫০০ টকা,৫টা মোবাইল ফোন উদ্ধাৰ

Udalguri, Udalguri | Sep 4, 2025
ওদালগুৰি জিলাৰ আৰক্ষী আৰক্ষী থানাৰ বৃহৎ সফলতা,ওৰাং আৰক্ষীয়ে ৪ ছেপ্তেম্বৰত নিশা ৩মান বজাত তিনি গৰাকী ডকাইত গ্ৰেপ্তাৰ কৰাৰ লগতে ১লাখ ৪৪ হাজাৰ ৫০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷, ঘটনা বিৰৰনী প্ৰকাশ ওৰাং আৰক্ষী থানাৰ অধীনস্থ ওৰাঙৰ পৰা শিলবড়ী যোৱা পথত পাউৰীপোটাত দৰং জিলাৰ খাৰুপেটীয়াৰ ১নং ওৱাৰ্ডৰ মনোজ কুমাৰ জৈনৰ AS-O1 PC.4435 নম্বৰৰ এখন টাটা যোদ্ধা ৭০০ গাড়ীখনৰ পৰা ৪ লাখ ৪৮ হাজাৰ তিনিশ ত্ৰিশ টকা ২ছেপ্তেম্বৰত দিন ১২-৩০ লুট কৰি লৈ গৈছিল।
Read More News
T & CPrivacy PolicyContact Us