This browser does not support the video element.
বিশ্বনাথ: নগৰত জৰিমনা দিয়াৰ ক্ষেত্ৰত টমটম চালক আৰু পৌৰসভাৰ কৰ্মচাৰীৰ মাজত ৰাজপথত দুৰ্বাদল বাক যুদ্ধ
Biswanath, Biswanath | Sep 6, 2025
বিশ্বনাথৰ ক্লক টাৱাৰৰ সমিপতে পৌৰসভাৰ কৰ্মচাৰীয়ে প্ৰতক্ষ্য কৰি নিশ্চিত কৰে যে টমটম চতিয়াৰ। সেইহে চতিয়াৰ টমটম বিশ্বনাথত প্ৰবেশ কৰাৰ বাবে পৌৰসভাৰ কৰ্মচাৰীয়ে টমটম চালকক ১০০০ টকাৰ জৰিমনা দিয়াৰ বাবে দাবী জনাই। তাৰ পিছতে এইদৰে পৌৰসভাৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজপথতে টমটম চালক গৰাকী উত্তেজিত হৈ বাকযুদ্ধত লিপ্ত হয়। বহু সময় বিশ্বনাথ নগৰৰ ৰাজপথত পৌৰসভাৰ কৰ্মচৰী আৰু টমটম চালকৰ বাক যুদ্ধ চাবলৈ বহুতো লোকৰ জনসমাগম ঘটে।