This browser does not support the video element.
বিশ্বনাথ: বিহালীৰ মোবাবাৰীতো কেঁচাচাহ পাতৰ মূল্য হ্ৰাস, শ-শ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতি #jansamasya
Biswanath, Biswanath | Aug 24, 2025
বিহালী মোনাবাৰী অঞ্চলতো চাহখেতিকে চিন্তিত হৈছে। চাহ পাতৰ মূল্য হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থাৰো পৰিবৰ্তন হৈছে। কিন্তু চলিত বৰ্ষৰ জুলাই আগষ্ট মাহত কেঁচাচাহ পাতৰ মূল্য হ্ৰাস পোৱাত খেতিয়ক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। সম্প্ৰতি বিহালীত মোনাবাৰীতো কেঁচাচাহ পাতৰ মূল্য 12/14 টকা হৈছে। যাৰ ফলত প্ৰায় শ-শ খেতিয়কে কেচাচাহ পাতৰ কম মূল্যৰমত দিয়ে। তদুপৰি সাৰ আৰু ঔষধৰ খৰচ আছেই ।