This browser does not support the video element.
বিশ্বনাথ: বিহালী স্নাতক মহাবিদ্যালয়ত নৱাগতা আদৰণি সভা সম্পন্ন, বিধায়ক দিগন্ত ঘাটোৱালৰ অংশগ্ৰহণ
Biswanath, Biswanath | Aug 28, 2025
বিহালী স্নাতক মহাবিদ্যালয়ত নৱাগতা আদৰণি সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ শৈক্ষিক বিষয়া ড° বিনোদ চুবেদীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° টুনটুন বৰাৰ লগতে প্ৰৱক্তা আৰু ছাত্ৰীসকলে মহাবিদ্যালয়ৰ সংগীত পৰিবেশন কৰে। বিহালী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱালে বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰে।