Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱত কামৰূপ আৰক্ষীৰ অভিযানত জব্দ ৮ কোটি টকাৰ হেৰ'ইন,জব্দ ৭৪ পেকেট হেৰ'ইন, গ্ৰেপ্তাৰ দুটা সৰবৰাহকাৰী
North Guwahati Part, Kamrup | Sep 3, 2025
বুধবাৰে আমিনগাঁৱত কামৰূপ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰ'ইন। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা অভিযানত জব্দ হেৰ'ইনখিনি । জব্দ ৭৪ পেকেট হেৰ'ইন। গ্ৰেপ্তাৰ দুটা সৰবৰাহকাৰী।হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৮ কোটি টকা।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!