Download Now Banner

This browser does not support the video element.

সোণাৰি: দহ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক পেচিফিক ক্লাৱত ৰাজহুৱা সম্বৰ্ধনা, জিলা পাঞ্জা সন্থাৰ উদ্যোগত বিশেষ সম্বৰ্ধনা

Sonari, Charaideo | Jun 14, 2025
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ হৈ কৰিব প্ৰতিদ্বন্দিতা দহ গৰাকীকৈ খেলুৱৈয়ে।চৰাইদেউ জিলা পাঞ্জা সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা প্ৰতিযোগিতাত স্থান লাভ চৰাইদেউৰ দহজনকৈ খেলুৱৈক সম্বৰ্ধনা। সোণাৰিৰ পেচিফিক ফিজিকেল ক্লাৱত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠান। চৰাইদেউ জিলা পাঞ্জা সন্থাৰ সভাপতি জীৱন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী হেমন্ত কুমাৰ গদুকা, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য তথা সোণাৰি পৌৰসভাৰ আয়ুক্ত গিৰিণ গগৈ, ৰাষ্ট্ৰীয় খে
Read More News
T & CPrivacy PolicyContact Us