This browser does not support the video element.
মৰাণ: খোৱাং দুলিয়াত ভয়ংকৰ অঘটন, ৰে'লে মহতিয়াই লৈ গ'ল এগৰাকী মহিলাক, মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে
Moran, Dibrugarh | Aug 31, 2025
মৰাণৰ খোৱাং দুলিয়াত অঘটন । ৰে'লে মহতিয়াই লৈ গ'ল এগৰাকী মহিলাক । মৃত মহিলা গৰাকী খোৱাং গ্ৰান্টৰ নিবাসী মমী গগৈ (৬৬) । আবেলি পোহনীয়া গৰু-ছাগলী ৰে'লৰ আলিত উঠিছেনেকি বুলি চাবলৈ যাওঁতে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী ৰে'লে মহতিয়াই লৈ যায় মহিলা গৰাকীক । ইতিমধ্যে ৰে'ল আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।