Download Now Banner

This browser does not support the video element.

আমগুৰি: নগৰৰ এটা এটি,এমত দুৰ্বৃত্তই চলালে লুটপাট,আমগুৰি আৰক্ষী উপস্থিত

Amguri, Sivasagar | Aug 20, 2025
আমগুৰি নগৰৰ মাজমজিয়াত অৱস্থিত পাঞ্জাৱ নেশ্যনেল বেঙ্কৰ এটা এটিএমত বুধবাৰে মাজনিশা কোনো দুৰ্বৃত্তই লুটপাত চলায়। স্থানীয় ব্যৱসায়ীক প্ৰতিষ্ঠানত সংস্থাপিত চিচিটিভি কেমেৰাৰ ফুটেজত এজন যুৱকৰ দুৰ্বৃত্তৰ ছবি স্পষ্ট ৰূপত ধৰা পৰিছে। চৌবিশ ঘন্টা সক্ৰিয় হৈ থকা এটিএম টোত মাজ নিশা দুৰ্বৃত্ত‌ই লুটপাত চলায়। উক্ত এটিএম টো এছ আই এছ নামৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে চোৱা চিতা কৰে বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই বুধবাৰে ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হয়হি
Read More News
T & CPrivacy PolicyContact Us