Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: কেহেৰুখন্দা সেউজী সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত কেহেৰুখন্দাৰ বেলশিৰি নৈৰ বিসৰ্জন ঘাটত অনুষ্ঠিত কৰিলে কৰম পূজাৰ জাৱা তোলা
Dhekiajuli Part, Sonitpur | Aug 31, 2025
কেহেৰুখন্দা সেউজী সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত দেওবাৰে পুৱা অনুমানিক ১০ বজাত কেহেৰুখন্দাৰ বেলশিৰি নৈৰ বিসৰ্জন ঘাটত অনুষ্ঠিত কৰিলে কৰম পূজাত জাৱা তোলা অনুষ্ঠান ৷ উল্লেখ্য যে কেহেৰুখন্দা সেউজী সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত এইবেলি কেহেৰুখন্দাত অনুষ্ঠিট হব ৪৯ তম্ কৰম পূজা ৷ সেয়েহে আজি কঠোৰ নিয়মনীতিৰ মাধ্যমেৰে কেহেৰুখন্দাৰ বেলশিৰি নৈৰ বিসৰ্জন ঘাটত কৰ্মতীন সকলে অনুষ্ঠিত কৰিলে পূজাৰ জাৱা তোলা অনুষ্ঠান ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!