This browser does not support the video element.
ধেমাজি: ধেমাজিত কা' প্ৰৱৰ্তনৰ জাননীৰ বিৰুদ্ধে আছুৰ উদ্যোগত ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী
Dhemaji, Dhemaji | Sep 4, 2025
ধেমাজিত কা' প্ৰৱৰ্ত্তন জাননীৰ বিৰুদ্ধে আছুৰ উদ্যোগত ১১ ঘন্টীয়া অনশন বিদেশীক লোকক বৰপীৰা পাৰি কেন্দ্ৰই জাননী দিয়াত ধিক্কাৰ ধেমাজিত ।বৃহস্পতি বাৰে দিনৰ দুই বজাত সংবাদ মাধ্যমক অৱগত কৰোৱাৰ অনুসৰি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ন,আৰু অবৈধ বিদেশী প্ৰব্ৰজন সমাধানৰ দাবীৰে সদৌ অসম ছাত্র সন্থাৰ আহ্ব