This browser does not support the video element.
সোণাৰি: বৰহাটত দুটাকৈ মাছ আৰু ব্ৰইলাৰ গুদামে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি, প্ৰশাসনক ব্যৱস্থা গ্ৰহণ দাবী ৰাইজৰ
Sonari, Charaideo | Sep 2, 2025
বৰহাটত দুটাকৈ মাছ আৰু ব্ৰইলাৰ গুদামে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি।ৰাইজৰ অভিযোগ চৰাইদেউ জিলাৰ অন্তৰ্গত বৰহাট অঞ্চলত গঢ় লৈ উঠা দুটাকৈ অবৈধ মাছ আৰু ব্ৰইলাৰ গুদামে সৃষ্টি কৰিছে দুৰ্গন্ধময় পৰিবেশৰ।ফলত স্থানীয় বাসিন্দাৰ লগতে তিনিখন কৈ বিদায়লয়ৰ বিনষ্ট হৈছে পৰিবেশ।জনবসতি তথা তিনিখন কৈ বিদ্যালয়ৰ কাষত সৃষ্টি হোৱা দুৰ্গন্ধ ময় পৰিবেশৰ বাবে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে টাইপা আৰু স্থানীয় ৰাইজে এই অবৈধ মাছ গুদাম বন্ধ কৰাৰ বাবে প্ৰশাসনক