Install App
ziaulali
This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: জুবিন গাৰ্গক নিজ স্বাৰ্থৰ বাবে নি পৰিকল্পিত ভাবে হত্যা কৰা দুখিক কঠোৰ শাস্তিৰ দাবী নগৰত অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতিৰ
North Lakhimpur, Lakhimpur | Sep 24, 2025
হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । সমান্তৰালভাৱে লখিমপুৰতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । জুবিন গাৰ্গক নিজ স্বাৰ্থৰ বাবে ছিংগাপুৰলৈ নি পৰিকল্পিত ভাবে হত্যা কৰা দুখিক কঠোৰ শাস্তিৰ দাবী জনালে উত্তৰ লখিমপুৰ নগৰত বুধবাৰে অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতি চিৰঞ্জীৎ বৰদলৈয়ে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!