This browser does not support the video element.
ওদালগুৰি: মাজবাটৰ বাহাদুৰ আদৰ্শ গাওঁৰ হিড়িম্বাপুৰত ব্ৰহ্ম মন্দিৰত সমুহীয়া ভবনৰ আধাৰশিলা স্থাপন কৰে দিপক মৌৰে
Udalguri, Udalguri | Aug 25, 2025
ওদালগুৰি জিলাৰ মাজবাটৰ বাহাদুৰ আদৰ্শ গাওঁৰ হিড়িম্বাপুৰত ব্ৰ্হ্ম মন্দিৰত এটি সমুহীয়া ভবনৰ আধাৰ শিলা স্থাপন কৰে পাঁচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ দিপক মৌৰে । সাংসদ দিলিপ শইকীয়াৰ সাংসদৰ ৩লাখ টকীয়া ব্যয়ৰে নিৰ্মাণ হবলগীয়া সমুহীয়া ভবনটোৰ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীবন ডেকা,সাধাৰণ সম্পাদক অঞ্জন বৈদ্য,কোষাধ্যক্ষ মহেশ্বৰ দাস,মণ্ডল যুব মৰ্চাৰ সভাপতি শ্যাম মুন পানিকা,বিজেপিৰ ৰাজ্যিক সদস্য জিতু কিষান আদি সকলে অংশগ্ৰহণ আৰু সহায় সহযোগিতা কৰে ৷