Download Now Banner

This browser does not support the video element.

ধেমাজি: নন্দিতা শইকীয়াৰ হত্যাকাৰীক ন্যায়ালয়ে মৃত্যুদণ্ডৰ ৰায়দান দিয়াৰ পাছতেই মৰিঢল মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Dhemaji, Dhemaji | Aug 21, 2025
নন্দিতা শইকীয়াৰ হত্যাকাৰীক ন্যায়ালয়ে মৃত্যুদণ্ডৰ ৰায়দান দিয়াৰ পিছতে বৃহস্পতি বাৰে সন্ধিয়া 7 বজাত মৰিঢল মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰীয়ে সকলো নন্দিতাৰ স্মৃতিত জ্বলালে একো গছিকৈ বন্তী আদালতৰ ৰায়ক লৈ সুখী মৰিধল মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক সমাজ। মহাবিদ্যালয়ৰ প্ৰাংগণত শোকাকুল পৰিৱেশ। নন্দিতা শইকীয়াৰ
Read More News
T & CPrivacy PolicyContact Us