This browser does not support the video element.
ধেমাজি: বৰদলনিত বিজেপি ধেমাজি গ্ৰাম্য মণ্ডলৰ বিশেষ সাংগঠনিক সভা,উপস্থিত জিলা বিজেপি সভানেত্ৰী
Dhemaji, Dhemaji | Sep 7, 2025
বৰদলনিত বিজেপি ধেমাজি গ্ৰাম্য মণ্ডলৰ বিশেষ সাংগঠনিক সভা,উপস্থিত জিলা বিজেপি সভানেত্ৰী দেওবাৰে দিনৰ তিনি বজাত বৰদলনি বৰবাম কৃষ্টি বিকাশ সংঘত বিজেপি ধেমাজি জিলা সমিতিৰ অন্তৰ্গত ধেমাজি গ্ৰাম্য মণ্ডলৰ এখনি বিশেষ পৰ্যালোচনা ও সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় । আজি উক্ত সভাত ৰাষ্ট্ৰীয় দল টোক আগুৱাই নি আৰু অধিক শক্তিশালী কৰা ক্ষেত্ৰ আলোচনা কৰা লগতে আগন্তুক দিনত