Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ এগৰাকী কিশোৰী নিৰুদ্দেশ, ঢেকীয়াজুলিত কিশোৰীৰ পিতৃ-মাতৃৰ মন্তব্য
Dhekiajuli Part, Sonitpur | Sep 25, 2025
ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ এগৰাকী কিশোৰী নিৰুদ্দেশ ৷ বৃহস্পতিবাৰে পুৱা অনুমানিক ৯ বজাত ঢেকীয়াজুলিত কিশোৰীৰ পিতৃ-মাতৃৰ মন্তব্য ৷ প্ৰাপ্ত অভিযোগ অনুসৰি এগৰাকী যুৱকে প্ৰেমৰ ছলনাৰে কিশোৰী গৰাকীক পলুৱাই নিয়ে ৷ এই ক্ষেত্ৰত কিশোৰীৰ পিতৃ-মাতৃৰ মন্তব্য ৷ পুৰ্বতেও কিশোৰী গৰাকীক প্ৰেমৰ ছলনাৰে পলুৱাই নিয়াৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!