Download Now Banner

This browser does not support the video element.

কমলপুৰ: কমলপুৰৰ পুঠিমাৰীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক

Kamalpur, Kamrup | Sep 7, 2025
দেওবাৰে কমলপুৰৰ পুঠিমাৰীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক। পথেৰে আহি থাকোতে বাইকসহ লোকজনক মহতিয়াই লৈ যায় অচিনাকী বাহনে। মৃত লোকজনৰ পৰিচয় লাভ কৰা নাই। ঘটনাস্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ যায়
Read More News
T & CPrivacy PolicyContact Us