Download Now Banner

This browser does not support the video element.

হাজো: হাজোৰ বুল্লুটত খিলঞ্জীয়াৰ ভূমি বেদখল একাংশৰ, হাজোৰ বুল্লুটত ইয়াকে লৈ উত্তপ্ত পৰিস্থিতি

Hajo, Kamrup | Sep 5, 2025
অসমীয়া লোকৰ ম্যাদি পট্টাৰ ভূমি ধমক দি বেদখল। হাজোৰ বুল্লুটত খিলঞ্জীয়াৰ ভূমি বেদখল একাংশৰ। শুকুৰবাৰে হাজোৰ বুল্লুটত ইয়াকে লৈ উত্তপ্ত পৰিস্থিতি।অসমীয়াৰ ভূমি বেদখল কৰি দিছে দেৱাল। ভূমি বেদখলৰ আঁৰত আলাউদ্দিন, চামচুল আৰু মদিন আলী।
Read More News
T & CPrivacy PolicyContact Us