Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: চহৰত জিলাৰ নৱনিযুক্ত প্ৰভাৰী ৰাতুল শৰ্মা আৰু সহ প্ৰভাৰী অনুপ কুমাৰ মেধিৰ সৈতে জিলাৰ কাৰ্যকৰ্তাৰ চিনাকী পৰ্ব
Nalbari, Nalbari | Aug 25, 2025
চহৰত বিজেপি, নলবাৰী জিলাৰ নৱনিযুক্ত প্ৰভাৰী ৰাতুল শৰ্মা আৰু সহ প্ৰভাৰী অনুপ কুমাৰ মেধিৰ সৈতে নলবাৰী জিলাৰ কাৰ্যকৰ্তাসকলৰ এক চিনাকী পৰ্ব সভা অনুষ্ঠিত হয়৷উক্ত সভাত ৰাজ্যিক বিজেপিৰ কিছু কাৰ্যকৰ্তাৰ লগতে জিলাৰ বিষয়ববীয়া,জিলা মৰ্চাৰ সভাপতি,মণ্ডল সভাপতি, লগতে নলবাৰী আৰু টিহু পৌৰসভাৰ সভানেত্ৰীয়ে অংশগ্ৰহণ কৰে উক্ত অনুষ্ঠানত ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!