Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ দুখনকৈ কালী মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগত ঢেকীয়াজুলিৰ পৰা ৬ জনক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ

Dhekiajuli Part, Sonitpur | Sep 2, 2025
ঢেকীয়াজুলিৰ দুখনকৈ কালি মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগত ৪ টা চোৰৰ লগতে চোৰৰ গাড়ীচালক আৰু এগৰাকী সোণাৰীক ঢেকীয়াজুলিৰ পৰা গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে গনেশ পূজা চলিথকা অৱস্থাত ঢেকীয়াজুলিৰ দুখনকৈ কালি মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিছিল এই চক্ৰটোৱে ৷
Read More News
T & CPrivacy PolicyContact Us