This browser does not support the video element.
লংকা: ১ নং কাকী ২নং বঢ়মপুৰ গাঁৱত দুখন বাইকৰ মাজত মুখামুখি সংঘর্ষ,সংঘৰ্ষত দূৰ্ঘটনাগ্ৰস্হ এজন বাইক আৰোহীৰ চিকিৎসালয়ত মৃত্যু
Lanka, Hojai | Jun 27, 2025
শুক্ৰবাৰে পূৱা ১০:৪০ মান বজাত লংকাৰ ১ নং কাকী ২নং বঢ়মপুৰ গাঁৱত দুখন বাইকৰ মাজত সংঘটিত হয় মুখামুখি সংঘর্ষ।AS31 1708 নম্বৰৰ ইয়ামাহা R15 আৰু AS02 S4688 নম্বৰৰ Hero Spendor ৰ বাইকৰ মাজত সংঘটিত এই দূৰ্ঘটনা। পৰবৰ্তী সময়ত ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা দুয়োখন বাহনৰ দুয়োজন চালককে লৈ যোৱা হৈছিল চিকিৎসালয়লৈ, যদিও R15 লৈ অহা কাকী চলচলি নতুন ব্লকৰ শ্বেৰ মাহমুদ নামৰ যুৱক জনে চিকিৎসালয়ত মৃত্যুক সাৱটি লয়।