Download Now Banner

This browser does not support the video element.

ধেমাজি: আদি কৰ্ম যোগী আঁচনিৰ সন্দৰ্ভত জিলাৰ অতিৰিক্ত আয়ুক্ত আৰু জিলাৰ DDC সংবাদ মেল জিলাৰ আয়ুক্ত কাৰ্যালয়ত

Dhemaji, Dhemaji | Sep 6, 2025
ধেমাজি জিলাত আদি কৰ্ম যোগী আঁচনিৰ সন্দৰ্ভত জিলাৰ অতিৰিক্ত আয়ুক্ত আৰু জিলাৰ DDC সংবাদ মেল।শনিবাৰে দিনৰ দুই বজাত ধেমাজি জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত চৰকাৰ আদি কৰ্ম যোগী আঁচনিৰ সন্দৰ্ভত সভা অনুষ্ঠিত কৰি গুৰুত্ব পূৰ্ণ ভাৱে কি দৰে জিলা খনত এই আঁচনি খন চলাই নিব পাৰি এই সন্দৰ্ভত আলোচনা কৰা হয়। লগতে আদি কৰ্ম যোগী আঁচনিৰ জৰিয়তে জনজাতীয় লোকৰ গাঁওত
Read More News
T & CPrivacy PolicyContact Us