Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ছপাই নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত মনমুহিনীপুৰ চাহ বাগিছাৰ হাটখলা লাইনত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Dhekiajuli Part, Sonitpur | Aug 27, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত মনমুহিনীপুৰ চাহ বাগিছাৰ হাটখলা লাইনত গৰাখহনীয়া প্ৰতিৰোধৰ দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে মনমুহিনীপুৰ চাহ বাগিছাৰ হাটখলা লাইনত বিগত বহু দিনৰ কৰা চপাই নদীখনে তীব্ৰ গৰাখহনীয়া চলাই আহিয়ে ৷ আনকি ছপাই নৈৰ গৰাখহনীয়াই গড়কাপ্তানি পথলৈয়ো কঢ়িয়াই আহিছে ভাবুকি ৷ সেয়েহে গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
Read More News
T & CPrivacy PolicyContact Us