Download Now Banner

This browser does not support the video element.

মৰাণ: মৰাণ-তিলৈ বাইপাচৰ ভয়াবহ পথ দূৰ্ঘটনাৰ পাছতে তৎপৰ যান-বাহন, জব্দ ১৫ খনৰো অধিক বাহন , আৰক্ষী প্ৰদক্ষেপক আদৰণী দল সংগঠনৰ

Moran, Dibrugarh | Aug 28, 2025
মৰাণ-তিলৈ বাইপাচৰ নিৰ্মীয়মান ৰানৱেত সংঘটিত ভয়াবহ পথ দূৰ্ঘটনাৰ পাছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ মৰাণ-তিলৈ বাইপাচৰ লগতে নৱনিৰ্মিত চাৰিলেনযুক্ত পথৰ কেইবাটাও স্থানত  যান-বাহনৰ গতিবেগ নিৰীক্ষণ কৰিছে যান-বহন আৰক্ষীয়ে ৷ লগতে যান-বাহন আইন উলংঘা কৰি ভুল পথেৰে অহা বহু বাহন জৰিমনা বিহাৰ লগতে ১৫ খনৰো অধিক বাহন জব্দ কৰিছে আৰক্ষীয়ে ৷
Read More News
T & CPrivacy PolicyContact Us