This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিত আদিবাসী ৩৬ অনুসুচীত জনজাতি ঐক্যমঞ্চ অসমৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হয়
Dhekiajuli Part, Sonitpur | Aug 26, 2025
ঢেকীয়াজুলিত আদিবাসী ৩৬ অনুসুচীত জনজাতি ঐক্যমঞ্চ অসমৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ উল্লেখ্য যে অসমত বসবাস কৰা আদিবাসী লোকসকলৰ ভূমি পট্টা প্ৰদান আৰু জনজাতি কৰণৰ সন্দৰ্ভত উক্ত সাংগঠনিক সভাত বিস্তৃত ভাবে আলোচনা কৰা হয় ৷ আদিবাসী ৩৬ অনুসুচীত জনজাতি ঐক্যমঞ্চৰ কেন্দ্ৰীয় সভাপতি ড° বানেশ্বৰ মিৰ্ধাই সভাপতিত্ব কৰা সভাখনত অন্যান্য সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত থাকি নিজৰ নিজৰ মতামত আগবঢ়াই ৷ সভাৰ অন্ততঃ সংবাদ মাধ্যমত মন্তব্য সংগঠনৰ নেতৃত্বৰ ৷